ক্ৰীড়াৰ ক্ষেত্ৰত এগৰাকী অসম সন্তানৰ সাফল্য

0 218

ক্ৰীড়াৰ ক্ষেত্ৰত আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী অসম সন্তানে।কোকৰাঝাৰৰ ঘিলাগুৰি তুনলাই নাৰ্জাৰী নামৰ যুৱতী গৰাকীয়ে শ্বটপুটত এই সফলতা লাভ কৰিলে।কাজাকাস্তান আৰু কাৰ্গিস্থানে যুটীয়া ভাৱে আয়োজন কৰা এই প্ৰতিযোগিতাখন কাজাকাস্তানত অনুষ্ঠিত হৈছিল ।উক্ত প্ৰতিযোগিতাত সৰ্বমুঠ বিশ্বৰ ১১টা দলে অংশগ্ৰহণ কৰিছিল।স্মতব্য যে তুনলাই নাৰ্জাৰী অসম আৰক্ষীৰ দশম বেটেলিয়নত কৰ্মৰত।

Leave A Reply

Your email address will not be published.