ক’ৰণা ভাইৰাছৰ ইলেক্ট্ৰন মাইক্ৰ’স্কোপিৰ ছবি প্ৰকাশ

0 216

ক’ৰণা ভাইৰাছৰ ফলত বিশ্বত প্ৰত্যেক দিনাই হাজাৰ হাজাৰ লোক মৃত্যু মুখত পৰিছে।
 
 
তাৰ মাজতে প্ৰথমবাৰৰ বাবে ভাৰতীয় বিজ্ঞানীয়ে ক’ভিড ১৯নামৰ ক’ৰণা ভাইৰাছৰ ইলেক্ট্ৰন মাইক্ৰ’স্কোপিৰ ছবি প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে এই ছবি পৰৱৰ্ত্তী গৱেষণাত সহায়ক হৈ উঠিব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.