অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সেউজ দিপাবলী পালনৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি দি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ কেহেৰুৱাৰী যুৱক সংঘই ১৪ নৱেম্বৰত খানা নৈৰ দাঁতিত দহটা বকুল আৰু দেৱদাৰু গছপুলি ৰোপণ কৰে।সংঘৰ কৰ্মকর্তা ক্ৰমে ৰুবুল বৈশ্য , অৰূপজ্যোতি বৈশ্য ,অসীম বৈশ্য , অৰূপজ্যোতি কাকতিয়ে দহটা দেৱদাৰু আৰু বকুল গছৰ পুলি ৰোপণ কৰি গৰু ছাগলীয়ে খাব নোৱাৰাকৈ বেৰা দিয়ে।আনহাতে দীপাবলীৰ দিনটোত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণৰ ব্যতিক্রমী ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা বাবে অঞ্চলটোৰ লোকসকলে যুৱক কেইজনক শলাগ লৈছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ