গুৱাহাটী গুৰুকুল গ্ৰামাৰ হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ত যোৱা ২৮ জানুৱাৰীত এটা চেনিটাৰী নেপকিন ডিচপেনচাৰ মেচিন স্থাপিত কৰে।এই ডিচপেনচাৰ মেচিনটো স্কুলৰ ছোৱালী জিৰণি কোঠাত স্থাপন কৰা হৈছে।এই মেচিন স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছিল বিদ্যালয় খনৰ একাদশ শ্ৰেণীৰ ছাত্রী ৰিতুস্মৃতা শৰ্মাই ।আমাৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছাত্রী গৰাকীয়ে কয় যে মই এই পদক্ষেপ ২০১৯ চনৰ নৱেম্বৰ মাহতে লৈছিলো।নাৰীৰ স্বচ্ছতা আৰু পৰিৱেশৰ সহায়ক হোৱাকৈ এই পদক্ষেপ লোৱা হৈছে।এই প্ৰক্ৰিয়াত মোৰ শিক্ষা গুৰুসকলে সহযোগিতা আগবঢ়াইছে।ইতিপূৰ্বেও নাৰেংগীৰ সৈনিক স্কুলত এনে ব্যৱস্থা গ্ৰহণ কৰিছিল।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান