গুৱাহাটী গুৰুকুল গ্ৰামাৰ হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ত যোৱা ২৮ জানুৱাৰীত এটা চেনিটাৰী নেপকিন ডিচপেনচাৰ মেচিন স্থাপিত কৰে।এই ডিচপেনচাৰ মেচিনটো স্কুলৰ ছোৱালী জিৰণি কোঠাত স্থাপন কৰা হৈছে।এই মেচিন স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছিল বিদ্যালয় খনৰ একাদশ শ্ৰেণীৰ ছাত্রী ৰিতুস্মৃতা শৰ্মাই ।আমাৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছাত্রী গৰাকীয়ে কয় যে মই এই পদক্ষেপ ২০১৯ চনৰ নৱেম্বৰ মাহতে লৈছিলো।নাৰীৰ স্বচ্ছতা আৰু পৰিৱেশৰ সহায়ক হোৱাকৈ এই পদক্ষেপ লোৱা হৈছে।এই প্ৰক্ৰিয়াত মোৰ শিক্ষা গুৰুসকলে সহযোগিতা আগবঢ়াইছে।ইতিপূৰ্বেও নাৰেংগীৰ সৈনিক স্কুলত এনে ব্যৱস্থা গ্ৰহণ কৰিছিল।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী