সমগ্র অসমৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত বৈষ্ঞৱ গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ জন্মোসৱ তিথি পালন কৰা হয় । মহানগৰীৰ বিক্ৰমপুৰ প্ৰাথমিক শাখাতো দিনযোৰা কাৰ্য্যসূচীৰে ৫৭১ তম জন্ম উৎসৱ উদযাপন কৰে ।ৰাতিপুৱা বৰগীত প্ৰাতঃপ্ৰসঙ্গ ,জাগৰণ আদি অনুষ্ঠিত হয় । ইয়াৰ পিছতে শাখাৰ নামঘৰ প্ৰাংগনত ধৰ্মধ্বজা উত্তোলন কৰে বিক্ৰমপুৰ শাখাৰ বয়োজ্যেষ্ঠ ব্যক্তি সোণাৰাম কলিতাই। ভাগৱত ভ্রমণ , নামপ্ৰসঙ্গ প্ৰসাদ বিতৰণ, সিদ্ধাপ্ৰসাদ লগতে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন জাতি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি সমন্বয় এনাজৰীৰে ৫৭১ সংখ্যক জন্ম জয়ন্তী বিক্ৰমপুৰ শাখাৰ নামঘৰত উলহে মালহে উদযাপন কৰে ।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি