গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ বাকৰিত নির্মাণ কৰা লন টেনিছ কৰ্টখন ১৩ ডিচেম্বৰত উদ্ধোধন কৰা হয় ।বিশ্ববিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ – ছাত্ৰীৰ উপস্থিতিত লন টেনিছ কৰ্টখন উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি , অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ লন টেনিছ প্ৰশিক্ষক শিবাশীষ ৰাউত , গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰ্শ্ব পাটগিৰী আৰু প্ৰাক্তন উপ সভাপতি লক্ষ্যজিৎ দাসে । চমু ভাষণত ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে লন টেনিছ কৰ্টখন মুকলি হোৱাৰ পাছত লন টেনিছ খেল খেলা ছাত্ৰ ছাত্ৰী সকলৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ`ব বুলি আশা ব্যক্ত কৰে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী