জনতা কাৰফিউৰ সময় সীমা বৃদ্ধি

0 248

ক’ৰণা ভাইৰাছকলৈ সকলোৱে উদ্বিগ্ন হৈ পৰা সময়তে জনতা কাৰফিউৰ সময় সীমা বৃদ্ধি কৰিছে।
 
 
 
২৩মাৰ্চৰ ৮বজালৈ জনতা কাৰফিউৰ মানি চলিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে।কাৰফিউ শেষ হোৱাৰ পিছতো দুই সপ্তাহ অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰ নহ’বলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে।
 
 
স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা উলংঘা নকৰিবলৈ সকলোবোৰ আহ্বান জনোৱাৰ লগতে ই এক দীঘলীয়া যুঁজৰ আৰম্ভণি বুলি এক প্ৰেছ বিবৃতিৰ যোগে প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.