ঘৰৰ ছাদত সহজ পদ্ধতিৰে জৈৱিক কৃষি কৰাৰ বাবে নগৰীয়া সমাজক উৎসাহিত কৰাৰ লক্ষ্যৰে বেচৰকাৰী সংস্থা জাগ্ৰত যুৱ সমাজে আৰম্ভ কৰা শস্য ৰোপণ কাৰ্যসূচী অব্যাহত ৰাখিছে। যোৱা এটা পষেক ধৰি সংগঠনটোৰ বিষয়ববীয়াসকলে স্থানীয় নাগৰিকৰ ঘৰৰ ছাদত এই কাৰ্যসূচী ৰূপায়ণ কৰি আছে। ইয়াৰ অংশ হিচাপে অলপতে বেলতলা বনগাঁও নিৱাসী দিগন্ত কলিতা প্ৰাণজিৎ ডেকা,খনিন্দ্ৰ বেজবৰুৱা বাসগৃহত এই কাৰ্যসূচী ৰূপায়ণ কৰে।এই কাৰ্যসূচীত জাগ্ৰত যুৱ সমাজৰ সভাপতি সুশান্ত বিশ্বাস, উপ সভাপতি সুশীল দাস, নিখিল দাস, সাধাৰণ সম্পাদক হেমন্ত ডেকা, সদস্য ডাঃ মিণ্টু লাহন, সঞ্জীৱ বৰা, পংকজ ডেকা আদিয়ে অংশগ্ৰহণ কৰে।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন