ঘৰৰ ছাদত সহজ পদ্ধতিৰে জৈৱিক কৃষি কৰাৰ বাবে নগৰীয়া সমাজক উৎসাহিত কৰাৰ লক্ষ্যৰে বেচৰকাৰী সংস্থা জাগ্ৰত যুৱ সমাজে আৰম্ভ কৰা শস্য ৰোপণ কাৰ্যসূচী অব্যাহত ৰাখিছে। যোৱা এটা পষেক ধৰি সংগঠনটোৰ বিষয়ববীয়াসকলে স্থানীয় নাগৰিকৰ ঘৰৰ ছাদত এই কাৰ্যসূচী ৰূপায়ণ কৰি আছে। ইয়াৰ অংশ হিচাপে অলপতে বেলতলা বনগাঁও নিৱাসী দিগন্ত কলিতা প্ৰাণজিৎ ডেকা,খনিন্দ্ৰ বেজবৰুৱা বাসগৃহত এই কাৰ্যসূচী ৰূপায়ণ কৰে।এই কাৰ্যসূচীত জাগ্ৰত যুৱ সমাজৰ সভাপতি সুশান্ত বিশ্বাস, উপ সভাপতি সুশীল দাস, নিখিল দাস, সাধাৰণ সম্পাদক হেমন্ত ডেকা, সদস্য ডাঃ মিণ্টু লাহন, সঞ্জীৱ বৰা, পংকজ ডেকা আদিয়ে অংশগ্ৰহণ কৰে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি