জামুগুৰি হাটৰ পৰিদৰ্শন বা্ংলাৰ মুকলি পথাৰত অসমী ভোগালী মেলাৰ আয়োজন

0 266

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নদুৱাৰ খ্ন্ড পৰিচালনা শাখাৰ অধীনত তথা শোণিত কোঁৱৰ জোনবিৰি মণ্ডল পৰ্যায়ৰ সংগঠনৰ অধীনত কালিৰে পৰা জামুগুৰি হাটস্থিত পৰিদৰ্শন বা্ংলাৰ মুকলি পথাৰত ভোগালী মেলাৰ আয়োজন কৰা হৈছে । যোৱা কালি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শুভ উদ্ধোধন কৰা ভোগালী মেলাত দৰ্শকৰ সহাঁৰিয়ে আয়োজক সমিতিক যথেষ্ট পৰিমাণে উৎসাহিত কৰা বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও অসমী আত্ম সহায়ক গোটে অঞ্চলৰ বিভিন্ন ঠাইত এইদৰে ৰঙালী বিহুত ৰঙালী মেলা আৰু ভোগালী মেলা অনুষ্ঠিত কৰি আহিছে বুলি উল্লেখ কৰে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.