জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বিভিন্ন সময়ত সামাজিক কামৰ লগত জড়িত হৈ ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি আহিছে।উদাহৰণস্বৰূপে বানপানীৰ সময়ত সাহাৰ্য্য প্ৰদান অথবা দৰিদ্ৰ ৰোগীজনক সাহাৰ্য্য প্ৰদানৰ কাম অন্যতম। অতি ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ মাজতো ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছৰ অনুষ্ঠান উপভোগ কৰিবলৈ সাজু হৈছে জনপ্ৰিয় শিল্পীগৰাকী।উল্লেখযোগ্য যে অসম গৌৰৱ এথলীট হিমা দাসৰ আমন্ত্ৰণ মৰ্মে শিল্পীগৰাকীয়ে আজি ইণ্ডোনেছিয়ালৈ উৰা মাৰিব। ৰান হিমা ৰান শ্লোগান লৈ আজি জাকাৰ্টাৰ অভিমুখে যাত্ৰা কৰিব। স্মৰ্তব্য যে এইবাৰ অসমৰ পৰা এছিয়ান গেমছত ৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
Trending
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা