২০২২ বৰ্ষৰ ত্ৰৈলোক্য দত্ত সোঁৱৰণী চিত্ৰশিল্পী বঁটা প্ৰাপক নুৰুল ইছলামক ২৩ নৱেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জনায়৷বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ মানিক উৰাং, বিশ্বজিত উৰাং, অজয় পাইক, জয়ন্ত তাঁতী, দীপাংকৰ উৰাং তথা ৰত্নেশ্বৰ উৰাঙকে ধৰি নেতৃবৰ্গ কাৰ্টুনিষ্ট ইছলামৰ বাসগৃহ উপস্থিত হৈ কাৰ্টুনিষ্ট ইছলামৰ লগতে তেওঁৰ পত্নী ৰেহেনা বেগমক সম্বৰ্ধনা জনায়৷ উল্লেখ্য যে – অসমৰ কাৰ্টুন জগতৰ বাটকটীয়া ত্ৰৈলোক্য দত্তৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াসেৰে পৰিয়ালৰ ফালৰ পৰা উক্ত চিত্ৰশিল্পীগৰাকীক এই বঁটা আগবঢ়ায়৷
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন