দৃষ্টিকোণে জিনিছে ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় সন্মান

0 308

এখন চুটি ছবি। ছবিখনৰ নানা দৃষ্টিকোণ -দা পাৰ্চপেক্টিভ’। ছবিখনে লাভ কৰিছে বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটা ।
এই ছবিখন পৰিচালনা কৰিছে অসমৰ আগশাৰীৰ মহিলা ফটোগ্ৰাফাৰ লিপি দাসে।এই সন্দৰ্ভত লিপি দাসে এনেদৰে মন্তব্য কৰে। ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ,ৰুমী ভূঞা,নিত্যঙগনাৰ লগতে বহু কেইগৰাকী শিল্পীয়ে ।
উল্লেখযোগ্য যে দৃষ্টিকোণে ১৬ বাৰ নমিনেচন লাভ কৰা লগতে ৭ টা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।শেহতীয়াকৈ ঢাকাত অনুষ্ঠিত হোৱা চিনেমেকিং ইণ্টাৰনেচনেল ফ্লিম ফেষ্টিভেলটো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.