অসমৰ লোক-কৃষ্টিলৈ অনবদ্য বৰঙনি আগবঢ়োৱা বঙাইগাঁও জিলাৰ অভয়াপুৰী নিবাসী বিশিষ্ট লোক কৃষ্টিৰ সাধক ধৰণী বণিক্যলৈ ২০২১ চনৰ বাবে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰা হৈছে।উল্লেখযোগ্য যে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ শিল্পী সাহিত্যিক কল্যাণ ন্যাসে প্ৰতি বছৰে অভিনেতা নাট্যকাৰ,চিত্ৰ নাট্যকাৰ প্ৰয়োজক,পৰিচালক প্ৰয়াত অমূল্য কাকতীৰ সোঁৱৰণত অসমৰ কৃষ্টি সংস্কৃতি লৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্ত সকলক এটি স্মাৰক আৰু নগদ ধনৰে এই বঁটা প্ৰদান কৰি আহিছে । ৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত লোক কৃষ্টিৰ সাধক গৰাকীক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ’ব।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ