অসমৰ ভাষা-সাহিত্যৰ সু-বৃহৎ অনুষ্ঠান অসম সাহিত্য সভাৰ নগাঁও জিলাৰ ২০২০-২২ বৰ্ষৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হৈছে নগাঁৱৰ বিশিষ্ট কবি, সমালোচক পৰাণ কুমাৰ বৰুৱা। গণতান্ত্রিক প্ৰক্ৰিয়াৰে ২১ ডিচেম্বৰত নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডি স্মৃতি ভৱনত ভোট গণনাৰ অন্তত সভাপতি গৰাকীৰ লগতে জিলাখনৰ উপ সভাপতি হিচাপে থগিত চন্দ্ৰ মহন্ত আৰু সম্পাদক হিচাপে ৰেৱত কুমাৰ হাজৰিকা নিৰ্বাচিত হয়।খবৰ যুগুতালে নগাৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী