ৰাজ্য চৰকাৰে আজি জাৰি কৰিছে নতুন এছ অ` পি।এই ঘোষণাৰ পিছতে যোৰহাট ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পৰিচালনা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কাইলৈ ভাদ মাহৰ পহিলা দিন । ভাদ মাহ উপলক্ষে বিগত বছৰ সমূহৰ দৰে এইবাৰো ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আৰম্ভ হ’ব চাৰি প্ৰসংগীয়া পাল নাম।কিন্তু নতুন এচ অ পি নোলোৱা পৰ্যন্ত পালনাম অনুষ্ঠিত কৰাকলৈ অনিশ্চয়তাত আছিল যদিও আজি প্ৰকাশিত এচ অ পিকলৈ এই অনিশ্চয়তা দূৰ হৈছে।
Trending
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন