কালি ৮ মাৰ্চত।সমগ্ৰ দেশজুৰি উদযাপিত হ’ব নাৰী দিৱস।এইবাৰ নাৰী দিৱসত নাৰী সকলক বিশেষ সন্মান প্ৰদৰ্শন কৰিছে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে।উল্লেখযোগ্য যে কালি দিনটোত তাজমহল, লালকিল্লা আৰু কুটুব মিনাৰত মহিলাৰ বিনামূলীয়া প্ৰৱেশ কথা ঘোষণা কৰিছে। কালি দিনটোত মহিলা সকলে দেশৰ এই তিনি পৰ্যটন ক্ষেত্ৰত বিনামূলীয়াকৈ প্ৰৱেশ কৰিবলৈ সুযোগ পাব।উল্লেখযোগ্য যে সমগ্ৰ দেশতে নাৰীৰ স্ব অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ হকে এই দিৱস পালন কৰি আহিছে।
Trending
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান