ব্যতিক্ৰমী চিন্তাৰে উদ্ভাসিত হোৱা এগৰাকী উদ্যমী মহিলা। নাম পূৰ্ণিমা দেৱী বৰ্মন।সম্প্ৰতি সময়ত হাড়গিলা পক্ষী সংৰক্ষণৰ বাবে মহিলা গৰাকীয়ে ব্যাপক চৰ্চা লাভ কৰিছে। দেশৰ আগশাৰী ডিজাইনাৰ অনিতা ডংৰেৰ এটা বিজ্ঞাপনত কৰিণা কাপুৰৰ সৈতে অংশ লৈছে। নাৰী সৱলীকৰণৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা বিজ্ঞাপনটোত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতো যে মহিলাই সবল ভূমিকা গ্ৰহণ কৰিব পাৰে তাক প্ৰতিফলিত কৰিছে।এই বিজ্ঞাপনটোত আন তিনি গৰাকী উদ্যমী মহিলাই অংশ লৈছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ইতিপূৰ্বে তেখেতে গ্ৰীণ অস্কাৰ বঁটা লাভ কৰিছিল।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে