পুৱা ৯ বজালৈ হোৱা ১৪টা সমষ্টিৰ ফলাফল

0 642

অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভোট গণনাৰ ভিতৰত ৯টা সমষ্টিত বিজেপি, ৩টা সমষ্টিত কংগ্ৰেছে আৰু ১টা সমষ্টিত অন্যান্য দলৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে।আমালৈ অহা তথ্য অনুসৰি গুৱাহাটীত বিজেপি প্ৰাৰ্থী কুইন ওজা, লক্ষীমপুৰত প্ৰদান বৰুৱা,যোৰহাটত সুশান্ত বুঢাগোহাঁই ,কোকৰাঝাৰত নৱ শৰণীয়া, কলিয়াবৰত গৌৰৱ গগৈ, ধুবুৰীত বদৰুদ্দিন আজমল,শিলচৰত সুস্মিতা দেৱ, তেজপুৰত পল্লৱ লোচন দাস আগবাঢ়ি আছে।

Leave A Reply

Your email address will not be published.