পোহনীয়া কুকুৰৰ ফটোগ্ৰাফী প্ৰতিযোগিতা সম্পন্ন

0 275

উত্তৰ পূৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পোহনীয়া জন্তুৰ ফটোগ্ৰাফী প্ৰতিযোগিতা। ক’ভিড কেন্দ্ৰিক পৰিস্থিতি বাবে এই প্ৰতিযোগিতা চ’চিয়েল মেডিয়াৰ জৰিয়তে অনুষ্ঠিত হয়।যোৱা ১৫ অক্টোবৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ১০০ৰো অধিক পোহনীয়া কুকুৰে অংশগ্ৰহণ কৰে। তাৰে ভিতৰত ১২ টা বিজয়ী হিচাপে ঘোষণা কৰে। জানিব পৰা মতে যিকেইটা কুকুৰক বিজয়ী হিচাপে ঘোষণা কৰা হৈছে তেওঁলোকক কেলেণ্ডাৰৰ ফটোগ্ৰাফী নিৰ্বাচন কৰিব।

Leave A Reply

Your email address will not be published.