এগৰাকী লোকৰ প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন ।এখন চাইকেলত উঠি বিদ্যালয়ে বিদ্যালয়ে গৈ তেখেতে ৰোপন কৰিছে গছপুলি। অসমৰ শিক্ষানুষ্ঠান সমূহত গৈ গছ পুলি ৰোপন কৰি পৰিৱেশ সংৰক্ষণ কৰাৰ প্ৰয়াস কৰিছে নগাঁৱৰ মিছাৰ কুদ্ৰত আলি নামৰ লোকজনে ৷ যি সময়ত একাংশই গছ কাটি প্ৰকৃতিক ধ্বংস কৰিছে, সেই সময়ত প্ৰকৃতিক সুন্দৰ ৰূপত সজাবলৈ সমগ্ৰ অসমৰ শিক্ষানুষ্ঠানত গৈ গছপুলি ৰুই প্ৰকৃতিপ্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শন দেখুৱাইছে ৷ এখন চাইকেলত গছপুলি লৈ চাইকেলেৰেই বিভিন্ন ঠাই ভ্ৰমণ কৰি আছে ৷এই ক্ষেত্ৰত তেখেতে সকলো খৰচ ব্যক্তিগতভাৱে বহন কৰিছে ৷ বৰ্তমান গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৰ বাদুলিপাৰত কাৰ্যসূচী ৰূপায়ণ কৰি আছে ৷ অনাগত দিনত অসমৰ প্ৰতিখন জিলাতে এনেধৰণে গছপুলি ৰোপন কৰাৰ কথা মনপোষণ কৰিছে ৷
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ