অসমৰ পৰিৱেশ কৰ্মী,হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘই আগবঢ়াইছে এক বিশেষ সন্মান।ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান চেম্পিয়ন অফ দ্যা আৰ্থ ২০২২ আগবঢ়াইছে।উল্লেখ্য যে পূৰ্ণিমা দেৱী বৰ্মনে বিশ্বজুৰি বিপদাপন্ন প্ৰজাতি হাড়গিলাৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে।যাৰ বাবে তেওঁক হাড়গিলা বাইদেউ নামেৰে জনাজাত হৈ পৰিছে।ড° পূৰ্ণিমা দেৱী বৰ্মনে ইতিমধ্যে ২০১৭ ত গ্ৰীণ অস্কাৰ বঁটা ২০১৮ ত ভাৰত চৰকাৰৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে।ড° পূৰ্ণিমা দেৱী বৰ্মন বেচৰকাৰী প্ৰতিষ্ঠান অৰণ্যকৰ সৈতেও জড়িত।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি