ফিল্ম ফেয়াৰ এৱাৰ্ড হ’ব গুৱাহাটীত

0 256

২০২০চনত গুৱাহাটীত অনুষ্ঠিত হ’ব ফিল্ম ফেয়াৰ এৱাৰ্ড ।এই কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।এই সংক্ৰান্তত ইতিবাচক সঁহাৰি জনাইছে টাইমচ গ্ৰুপেও।দেশৰ নামী দামী তাৰকা, শিল্পী, প্ৰযোজক,পৰিচালক অংংশগ্ৰহণ কৰিব ।উল্লেখযোগ্য যে চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৩০০কোটি টকা ৰাজ্য চৰকাৰে আবণ্টন দিছিল।

Leave A Reply

Your email address will not be published.