বিগত ২০২১-২২ বিত্তীয় বৰ্ষলৈকে বকেয়াসহ যান-বাহনৰ কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে অভিযানত নামিছে পৰিবহণ বিভাগ। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্বাৱধানত, যানবাহন পৰিদৰ্শক অমৰ বৰুৱা আৰু জয়সিং ৰংফাৰৰ উপস্থিতিত বিভাগৰ বিষয়া-কৰ্মীৰ এটা দলে এই অভিযান আৰম্ভ কৰে। আজি আৰু কালি অভিযানকাৰী দল মহানগৰীৰ জি এছ ৰোড, গণেশগুৰি, হেঙেৰাবাৰী, ৰুক্মিণী গাওঁ, খানাপাৰা, বশিষ্ঠ, বেলতলা আদি অঞ্চলত ব্যক্তিগত-ব্যৱসায়িক বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি অনাদায়কৃত কৰ শীঘ্ৰে পৰিশোধ কৰি ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আহ্বান জনায় ৷
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ