বন্ধ ঘোষণা কৰিছে চেম্বাৰ্ছ অৱ কৰ্মাচে

0 286

অসম চেম্বাৰ্ছ অৱ কৰ্মাচে ২৩মাৰ্চত ব্যৱসায়িক প্ৰতিষ্ঠান পুৱা ৬বজাৰ পৰা ৯বজালৈ বন্ধ ঘোষণা কৰিছে ।বজাৰ, খাদ্য সামগ্ৰী,শ্বপিং মল ,ৰেষ্টোৰা প্ৰতিষ্ঠান বন্ধ ৰখিবলৈ আহ্বান জনাইছে  চেম্বাৰ্ছ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে ।এই বিশেষ দিনটোত গাখীৰ, জৰুৰীকালীন সেৱাও বন্ধ কৰাৰ বাবে আহ্বান জনাইছে।
এই বন্ধ দেশ আৰু জাতিৰ বাবে বুলি মন্তব্য কৰি গোস্বামীয়ে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ মূল্য বৃদ্ধি নকৰে তাৰ বাবে ব্যৱসায়ী সকলক আহ্বান জনায়।
 

Leave A Reply

Your email address will not be published.