এছ এছ বি খানাপাৰাস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত ১৫ ছেপ্টেম্বৰৰ পৰা স্বচ্ছতা পষেক পালন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে পালন কৰা এই পষেক ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা সামৰণি পৰিব । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২৬ ছেপ্টেম্বৰত বশিষ্ঠ মন্দিৰ চৌহদত এক চাফাই অভিযান চলোৱা হয় ।এছ এছ বি ৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক সঞ্জীৱ শৰ্মা আৰু চেকেণ্ড ইন কমাণ্ড আই এছ পানমেইৰ নেতৃত্বত বাহিনীটোৰ বিষয়া ,জোৱান সকলে সমগ্ৰ মন্দিৰ চৌহদত থকা জাৱৰ জোথৰ সমূহ চাফ – চিকুণ কৰি আঁতৰ কৰে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী