১অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব যান বাহনৰ বিশেষ আইন

0 248

যান বাহন আইনৰ নতুন সংযোজন।পথ পৰিবহন তথা ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে কেন্দ্ৰীয় যান বাহন আইনত কৰিছে নতুন সংযোজন। এতিয়াই পৰা গাড়ী চলাই থকা সময়ত চালকে কেৱল পথ প্ৰদৰ্শনৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব ম’বাইল।
 
শনিবাৰে এই কথা ঘোষণা কৰে পথ পৰিবহন তথা ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে।এই আইনৰ অনুসৰি কোনো লোকে গাড়ী চলাই থাকোতে ফোনত কথা পাতিলে ১০০০-৫০০০ টকালৈ জৰিমনা ভৰিব লাগিব। অহা ১ অক্টোবৰৰ পৰা এই আইন প্রযোজ্য কৰা হ’ব ।

Leave A Reply

Your email address will not be published.