বিগ বিয়ে বানাক্ৰান্তলৈ সাহাৰ্য্য আগবঢ়ালে

0 671

এইবাৰ অসমৰ বানাক্ৰান্ত সকললৈ  সাহাৰ্য্য  আগবঢ়াইছে বিগ বিয়ে।টুইটাৰৰ এক বাৰ্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিগ বি অমিতাভ বচ্চনে সাহাৰ্য্য পুঁজিলৈ ৫১ লাখ টকা আগবঢ়াইছে।আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে ।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অক্ষয় কুমাৰে সৰ্বমুঠ ২কোটি টকা আগবঢ়াইছিল।

Leave A Reply

Your email address will not be published.