আকাশ চোৱাৰ বহু হেঁপাহ আছিল তাইৰ।গ্ৰহ নক্ষত্ৰৰ গতি বিধিয়ে সৰুৰে পৰা চিন্তাৰ খোৰাক যোগাইছিল । যাৰ ফলশ্ৰুতিত মহাকাশ বিজ্ঞানী হোৱাৰ বাবে মন মেলিছিল ।পৰৱৰ্তী সময়ত বিদেশত মহাকাশ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল । এই বিশেষ ছোৱালীজনী কোন জানেনে? এই বিশেষ ছোৱালী জনী হ’ল প্ৰিয়ংকা দাস।আই আই ই গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক মনোজ দাসৰ দুহিতা প্ৰিয়ংকা সম্প্ৰতি ফ্ৰান্সৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে ।ইয়াৰ উপৰিও ফ্ৰান্সত বিজ্ঞানক জনপ্ৰিয়কৰণ কৰাৰ বাবে বেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি লাভ কৰিছে।প্ৰিয়ংকাৰ এই সাফল্যত পিতৃ মাতৃৰ লগতে সমূহ অসমবাসী গৌৰৱান্বিত ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ