গুণোৎসৱৰ কাৰ্য্যসূচীত অংশ লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ৯অক্টোবৰত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ শিক্ষাখণ্ডৰ অধীনৰ জাৰাপাটা প্ৰাথমিক বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিদ্যালয়খনক আন্তঃ গাঁঠনিকে ধৰি বাকী থকা কামখিনি কৰাৰ বাবে তৎকালীন ব্যৱস্থা ল’বলৈ স্থানীয় বিধায়ক তথা উপাযুক্তক নিৰ্দেশ দিছিল।মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ ভিত্তিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডল-১ দ্বাৰা অতি কম সময়ৰ ভিতৰতে বিশুদ্ধ খোৱাপানী পাত্ৰ সংস্থাপন কৰা হৈছে।বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীকে ধৰি শিক্ষক শিক্ষয়ত্ৰীক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press