গ্ৰাম্য পৰ্যটনক প্ৰসাৰ ঘটাবলৈ গোলাঘাট যোগীবাৰীত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া প্ৰচেষ্টাত যোগীবাৰী গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে।এই ক্ষেত্ৰত নিয়োজিত কৰিছে প্ৰায় ৩০ গৰাকী মহিলা। ঢেঁকী শালৰ পৰা স্বাৱলম্বীতা সপোন দেখা যায় মহিলা সকলে দৈনিক খুন্দিছে উখোৱা চাউল,কোমল চাউল,সান্দহ , পিঠাগুৰি। বৰ্তমান পাহৰণি গৰ্ভত বিলীন হোৱা ঢেঁকীৰ এনে পৰিৱেশ অসমীয়া সমাজত পূৰ্বৰ দৰে দেখা নাযায় যদিও গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত বিধায়ক জনে লোৱা ভূমিকা সকলোৱে শলাগ লৈছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন