বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ ক্ষেত্ৰত চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আহিল সুখবৰ। উল্লেখযোগ্য যে ভাৰতৰ পৰা ইউনিস্কোলৈ জানুৱাৰী মাহৰ শেষৰফালে চৰাইদেউ মৈদামৰ প্ৰাককলন প্ৰেৰণ কৰা হৈছিল। পুৰাতাত্ত্ব সঞ্চালকায়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি চৰাইদেউ মৈদামৰ সম্পৰ্কত ইউনেস্কোৱে ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা এক মেইলত উল্লেখ কৰা অনুসৰি মৈদামৰ প্ৰাক কলন পৰীক্ষা নিৰীক্ষা কৰি কাৰিকৰীভাৱে শুদ্ধ বুলি গ্ৰহণ কৰা হৈছে। অচিৰেই ইউনেস্কোৰ দল চৰাইদেউ মৈদামৰ পৰ্যবেক্ষণ বাবে আহিব।কোনো জটিলতা নথকাকৈ ভাৰতৰ প্ৰাক কলন ইউনেস্কোৱে গ্ৰহণ কৰাটো নিসন্দেহে ইতিবাচক বাৰ্তা কঢ়িয়াইছে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন