অসমত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।ক’ভিডৰ সংক্ৰমণৰ বাবেই সময়সীমা বাবে বৃদ্ধি কৰা হৈছে।সেই অনুসৰি ৭ মে’লৈকে জাৰি থাকিব অসমত নৈশ সান্ধ্য আইন।নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ এই আইন জাৰি থাকিব।ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।সামাজিক দূৰত্ব মানি চলিব লাগিব।বিবাহ ভৱনত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব।ব্যক্তিগত কোনো অনুষ্ঠানত ১০০জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।অন্ত্যেষ্টিক্ৰিয়া বা শেষকৃত সম্পন্ন কৰিবলৈ ২০জন লোকহে উপস্থিত থাকিব পাৰিব।মন্দিৰ বা মছজিদত প্ৰতি ঘন্টাত ২০জন লোকহে উপস্থিত থাকিব পাৰিব।সকলো বজাৰ সমাৰ, ছুপাৰ মাৰ্কেট, মল সাপ্তাহিক বজাৰ আদি সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব।সন্ধিয়া ৬ বজালৈকেহে ই-কমাৰ্চ সেৱা চলি থাকিব।ফাৰ্মাচী, ভেটেনাৰী ক্লিনিক আদিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব।৫০ শতাংশ লোকেহে কাৰ্যালয়ত উপস্থিত থাকি কৰ্ম সম্পাদন কৰিব পাৰিব।অৱশ্যে এই নিয়ম নিৰ্বাচনী কাৰ্য, ইমাৰ্জেন্সী ছাৰ্ভিচৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।গৰ্ভৱতী মহিলা ববা ৫ বছৰৰ তলৰ সন্তান থকা মহিলাসকলে ৱৰ্ক ফ’ৰ্ম হোম কৰিব পাৰিব।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram