বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত অসমীয়া চলচ্চিত্র বেলকনিত ভগৱানে প্রতিযোগিতাত স্থান লভা বতৰাই অসমীয়া ছবিজগতৰ বাবে সুখবৰ কঢিয়াইছে৷ বিগত ১১ জুলাইত লণ্ডনৰ ৰেইনবো ছ’চাইটীৰ বিশেষ বঁটা পোৱা আৰু জার্মানীৰ ষুটর্টগার্টত হ’ব লগা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত স্কুল অৱ দ্য ইয়েৰ সন্মান লভা ‘বেলকনিত ভগৱান’ চলচ্চিত্রখন অহা ২৩ জুলাইৰ পৰা ব্রাজিলৰ লাছা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত জার্মানীৰ ‘জুডেন ষ্টাৰনেন’, জাপানৰ ‘ৱ’মেন অৱ দ্য ফটোগ্রাফাৰ’, বুলগেৰিয়াৰ ‘চিবিল’, তুর্কীৰ ‘টোপৰাক’, ইংৰাজী ভাষাৰ ‘কম্প্রেনিয়ন’ আদি চলচ্চিত্রৰ লগত নেৰেটিভ শাখাত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব৷বেলকনিত ভগৱান পৰিচালনা কৰিছে বলিষ্ঠ পৰিচালক বিশ্বজিত বৰাই৷
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল