ব্ৰক্ষ্মচাৰিণী পূজা আৰু লোক বিশ্বাস

0 258

আজি নৱৰাত্ৰিৰ দ্বিতীয় দিন। নৱৰাত্ৰিৰ দ্বিতীয় দিনাত ব্ৰক্ষ্মচাৰিণীক পূজা কৰা হয়। এই ব্ৰক্ষ্মচাৰিণী পূজা সম্পূৰ্ণ উপাসনা বা তপস্যা লগত জৰিত।শাস্ত্ৰত উল্লেখ থকা অনুসৰি নাৰদৰ আদেশ অনুসৰি মা পাৰ্বতীয়ে মহাদেৱক স্বামী হিচাপে পাবলৈ এই ৰুপত ধাৰণ কৰিছিল।
 
 
জনবিশ্বাস অনুসৰি ব্ৰক্ষ্মচাৰিণীয়ে সিদ্ধি দিয়ে।সেয়ে ব্ৰক্ষ্মচাৰিণীক দেৱীৰ মা এটা অংশৰ ৰূপ বুলি কোৱা হয়। ব্ৰক্ষ্মচাৰিণী পূজা কৰিলে সংযম, ,সদাচাৰ,আৰু বুদ্ধি বৃদ্ধি হয়।শুল্কপক্ষৰ দ্বিতীয় তিথিত  দেৱী ব্ৰক্ষ্মচাৰিণী পূজা কৰা হয়।

Leave A Reply

Your email address will not be published.