বৰদিনৰ পূৰ্বে মুকলি হ`ব নৱনিৰ্মিত আদাবাৰী পাৰ্ক

0 264

বৰদিনৰ পূৰ্বে গুৱাহাটীত মুকলি হ`ব নৱনিৰ্মিত আদাবাৰী পাৰ্ক।জি এম ডি এ নিৰ্মাণ কৰি থকা পাৰ্কখন মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।আনুমানিক ৮ বিঘা এলেকাত পাৰ্কখন নিৰ্মাণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.