আগন্তুক বৰদিন উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ আগমন আৰু প্ৰস্থান কক্ষ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। চাৰিওফালে জাকজমক পৰিবেশত, এডাল সুন্দৰ খ্ৰীষ্টমাছ গছৰ কাষত দুটা সুন্দৰ হৰিণক সান্তাই উৰোৱাই লৈ যোৱা ক্ৰিব সজাই তোলা হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক’ভিড নীতি নিয়ম পালন কৰি বিমানকোঠে যাত্ৰীসকলৰ বাবে আমোদজনক অনুষ্ঠানৰ ব্যৱস্থা কৰিছে। বৰদিনৰ দিনা এক জীৱন্ত সান্তাক্ল’জে যাত্ৰীসকলক আমোদ দিয়াৰ লগতে কিছু সংখ্যক অনাথ শিশু শিল্পীয়েও বিভিন্ন অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা