ভগা খিৰিকী শীৰ্ষক চিনেমাখনৰ ভগা খিৰিকীয়ে অসম খনক আৰু তগৰৰ চৰিত্ৰটোৱে অসমীয়া সমাজক প্ৰতিনিধিত্ব কৰিছে। আচলতে মোৰ প্ৰায় বোৰ চিনেমা মাটিৰ গোন্ধ থকা।এই মন্তব্য প্ৰসিদ্ধ চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ। দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ দ্বিতীয় দিনা এক সংবাদ মেল আয়োজন কৰি পৰিচালক গৰাকীয়ে এই মন্তব্য আগবঢ়ায়। লগতে তেখেতে কয় যে মই সচৰাচৰ লোপ পোৱা চৰিত্ৰসমূহ ৰুপায়ন কৰি সুখী হও। বিশ্বায়নৰ প্ৰভাৱত প্ৰায় বোৰ অসমীয়া পৰম্পৰাগত চৰিত্ৰ লোপ পাবলৈ ধৰিছে। আনহাতে এই চিনেমা খনৰ অভিনেত্ৰী জেৰিফা ৱাহিদে ভগা খিৰিকী নিৰ্মাণৰ সময়ৰ অভিনয় আৰু সহ অভিনেত্ৰীৰ অভিজ্ঞতাৰ কথা জানিব দিয়ে।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press