অসমবাসীৰ বাবে ভাল খবৰ।সন্মানীয় অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হ’ল অসমৰ নয়নমণি শইকীয়া।কমনৱেলথত স্বৰ্ণ বিজয়ী নয়নমণি শইকীয়াক অহা ৩੦ নৱেম্বৰত প্ৰদান কৰা হ’ব অৰ্জুন বঁটা।উল্লেখ্য যে কমনৱেলথত লন বলৰ দলীয় শাখাত স্বৰ্ণপদক লাভ কৰিছিল শইকীয়াই।ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা।উল্লেখ্য যে অসম চৰকাৰে DSP হিচাপে নিযুক্তি প্ৰদান কৰিছে নয়নমণি শইকীয়াক।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন