প্ৰসংগ প্ৰণালী’ আৰু মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘নামঘোষা’ এতিয়া উপলব্ধ ব্ৰেইলী ভাষাত।দৃষ্টিহীন লোক সকলে পঢ়িব পৰাকৈ প্ৰসংগ প্ৰণালী মহাপুৰুষজনাৰ নামঘোষা গ্ৰন্থ দুখন ব্ৰেইলী ভাষাত লিখি উলিয়াইছে ধেমাজিৰ এগৰাকী যুৱতীয়ে।যুৱতীগৰাকীৰ নাম প্ৰতিভা বৰা। ঘৰ ধেমাজিৰ বৰদলনিত।প্ৰতিভা নিজেও দৃষ্টিহীন।গতিকে তেওঁ দৰে আন দৃষ্টিহীন লোকৰ সুবিধাৰ বাবে প্ৰতিভাই লিখি উলিয়ালে মহাপুৰুষ জনাৰ অনুপম সৃষ্টি।ধেমাজি কাছাৰী মৈদামত অনুষ্ঠিত অসম গ্ৰন্থমেলা বাকৰিত গ্ৰন্থখন অলপতে উন্মোচন হয়।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign