ভাৰত মাতা সগৌৰৱে উজলিছে

0 272

সন্ত্ৰাষবাদ,দুৰ্নীতি,পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সমালোচকৰ সমাহাৰ ৰাইজৰ আগত দাঙি ধৰাৰ বাবে ভাৰত মাতাক থিম হিচাপে লৈ মহানগৰীৰ এটা পূজা মণ্ডপ সজাই তোলা হৈছে।মহানগৰৰ বিষ্ঞুপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটি এনে এটা থিমৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে।আজি মণ্ডপটো আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যপালে মুকলি কৰিব।স্থানীয়  দুজন কাৰিকৰে প্ৰায় ৫০ দিনত মণ্ডপটো সাজি উলিয়াইছে।৩৫ লাখ টকাৰ ব্যয় সাপেক্ষে অনুষ্ঠিত কৰা পূজা কমিটিখনৰ লগত ৩০০ মানুহ জৰিত হৈ আছে।ইতিমধ্যে ব্যতিক্ৰমী মণ্ডপটোৰ ছবি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

Leave A Reply

Your email address will not be published.