ভূমিৰ ক্ষেত্ৰীয় মূল্য নিৰূপণৰ বাবে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা দিয়া পুণৰ নিৰ্ধাৰণৰ নিৰ্দেশনাৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰা এই পাচোঁটা ৰাজহ চক্ৰতে প্ৰতি ইউনিট ভূমিৰ ক্ষেত্ৰীয় মূল্য নিৰ্ণয় কৰা হৈছে। প্ৰস্তাৱিত প্ৰতি ইউনিট ভূমিৰ ক্ষেত্ৰীয় মূল্যৰ ক্ষেত্ৰত যদি কোনো ব্যক্তিৰ কিবা আপত্তি আছে, তেওঁলোকে অহা ১০ জানুৱাৰীৰ ভিতৰত উপায়ুক্তক লিখিত আপত্তি জনাব পাৰিব। সবিশেষ জিলা ৱেব চাইট kamrupmetro.assam.gov.in ত উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে ।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan