ভোটাৰ সকলৰ সুৰক্ষা স্বাৰ্থত গঠিত ভোটাৰ পাৰ্টী শীৰ্ষক দলটোৱে আজি সংবাদ মেল আয়োজন কৰে।গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত দলটোৰ প্ৰচাৰ সচিব পবিত্ৰ বড়োৱে কয় যে ভোটাৰ পাৰ্টীয়ে ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ বাবে দায়বদ্ধ ।প্ৰতিজন ভোটাৰে ৬০০০ টকাকৈ বেতন লাভ কৰা উচিত ।উল্লেখযোগ্য যে ২০১২চনৰ পৰা ভোটাৰ পাৰ্টীয়ে অসমত আত্মপ্ৰকাশ কৰিছে।অসমৰ লক্ষিমপুৰ,মংগলদৈ,তেজপুৰ,বৰপেটা,গুৱাহাটী,কোকৰাঝাৰ,ধুবুৰী সমষ্টিৰ পৰা ভোটাৰ পাৰ্টীৰ প্ৰাৰ্থীয়ে আত্মপ্ৰকাশ কৰিব ।
Trending
- গুৱাহাটীত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান