বিশ্বৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যথেষ্ট প্ৰসাৰিত হৈছে।ইয়াৰ অংশস্বৰূপে অন্তৰীক্ষত হোটেল নিৰ্মাণৰ পূৰ্ব প্ৰণালী প্ৰস্তুত হৈছে।এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জৰিত হৈ আছে orbital assembly corporation নামৰ কোম্পানীটো।জানিব পৰা মতে এই হোটেলত থাকিব চিনেমা হল,জিম,লাইব্ৰেৰী, কনচাৰ্চ হলৰ সুবিধা।হোটেল খনৰ নাম হ’ব ভয়েজাৰ ষ্টেচন। মনকৰিবলগীয়া কথা এয়ে যে ভয়েজাৰ ষ্টেচনত থাকি পৰ্যটক আৰু গৱেষকে আমি বাস গ্ৰহৰ অতুলনীয় দৃশ্যপট প্ৰত্যক্ষ কৰিব পাৰিব।অৱশ্যে এই সকলো খিনি প্ৰত্যক্ষ কৰিবলৈ ২০২৭ চনলৈ অপেক্ষা কৰিব লাগিব।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ