কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৃষকৰ স্বাৰ্থৰ পৰিপন্থী আইন জাপি দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই দেশৰ কেইবাটাও কৃষক সংগঠনে সন্মিলিতভাৱে শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান দিছে।দেশৰ একাধিক কৃষক সংগঠনে এই বন্ধৰ আহ্বান দিছে যদিও আজি মহানগৰীত বিশেষ বন্ধৰ প্ৰভাৱ নপৰিল।ক’ভিড ১৯ ৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছিল।যাৰ ফলস্বৰূপে জন জীৱন স্তব্ধ হৈ পৰিছিল।ইয়াৰ উপৰিও ব্যৱসায় বাণিজ্যৰ বাবে যথেষ্ট ক্ষতি হৈছিল।ফলস্বৰুপে আজি বন্ধ মানিবলৈ ইচ্ছুক নহ’ল বুলি একাংশ ব্যক্তিয়ে মন্তব্য কৰিছে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী