মানৱ বিৱৰ্তনৰ ইতিহাস জোকাৰি যাব পৰা এক সত্য পোহৰলৈ আহিছে।চীনত উদ্ধাৰ হৈছে নতুন প্ৰজাতিৰ মানৱৰ জীৱাস্ম।এই জীৱাস্ম বিধক চীনৰ বৈজ্ঞানিক সকলে ড্ৰেগন মানৱ বুলি অভিহিত কৰিছে।অৱশ্যে এই জীৱাস্ম ২০১৮ চনতো উদ্ধাৰ কৰা হৈছিল।এই সম্পৰ্কে গৱেষকে এক ৰিপৰ্টত প্ৰকাশ কৰে যে এই জীৱাস্ম বিধ আধুনিক মানৱৰ নিকট বংশধৰ ।লগতে কয় যে জীৱাস্ম বিধে ১.৫০ লাখ বছৰীয়া মানৱ বিৱৰ্তনৰ ইতিহাসক সলনি কৰিব।এক ৰিপৰ্টত প্ৰকাশ পোৱা তথ্য অনুসৰি সাধাৰণ মানুহতকৈ ড্ৰেগন মানৱৰ আকাৰ বৃহৎ ।কিয়নো জীৱাস্ম বিধৰ মুখ আৰু দাঁতৰ আকাৰ বৃহৎ ।জীৱাস্ম বিধৰ শোধন কর্তাই প্ৰকাশ কৰা মতে জীৱাস্ম বিধলৈ চালে ৫০ বছৰৰ পুৰণি যেন অনুমান হয়। ড্ৰেগন মানৱে জংগল এলেকাত বাস কৰে বুলি। উল্লেখযোগ্য যে তিব্বতীয় এলেকাত এই জীৱাস্ম বিধ পোৱা গৈছে।জীৱাস্ম বিধ লৈ গৱেষণাৰ প্ৰয়োজন থল আছে বুলি বিজ্ঞমহলে মত প্ৰকাশ কৰিছে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী