মালয়েছিয়াত উজ্বলিছে অসম কন্যা দীপ্তি চেত্ৰী। মিছ টুৰিজিম এম্বেছাডৰ এছিয়া পেচিফিক ২০২২ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ দীপ্তিয়ে।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৫ খন দেশৰ অৰ্ধশতাধিক প্ৰতিযোগীৰ ভিতৰত অসমৰ হৈ দীপ্তি চেত্ৰীয়ে এই খিতাপ লাভ কৰে।গামোচা মেগা এন্টাৰট্ৰিটমেন্ট প্ৰাইভেট লিমিটেডৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি ধাৰাবাহিক ভাবে এগৰাকী মডেলিং হিচাপে বিভিন্ন দেশত প্ৰতিযোগিতাত অংশগ্রহণ কৰিছে দীপ্তি চেত্ৰীয়ে।উল্লেখ্য যে দীপ্তি চেত্ৰী এগৰাকী মডেল হোৱাৰ সমান্তৰালকৈ ৰে’লৱেৰ এগৰাকী কৰ্মচাৰী। লখিমপুৰ জিলাৰ এক ভিতৰুৱা অঞ্চল চিলনীবাৰিৰ পৰা ওলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দীপ্তিয়ে সুনাম কঢ়িয়াই অনাক লৈ সমগ্ৰ অসমবাসী গৌৰৱাম্বিত।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী