মিধাখাটৰ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

0 249

যোৰহাট জিলাৰ টীয়কৰ মিধাখাট গাঁৱৰ টংকেশ্বৰ শইকীয়া নামৰ ব্যক্তিজন জৰাজীৰ্ণ বাসগৃহত মিধাখাট গাঁৱৰ যুৱক সকলে  নিৰ্মাণ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে।
 
 
সন্তানহীন  দৰিদ্ৰ বৃদ্ধ জন একমাত্র ৰুগীয়া পত্নীৰ সৈতে অতি কষ্টৰে বাস কৰি আছে। পূৰ্বতে ঠেলা চলাই জীৱিকা নিৰ্বাহ কৰা টীয়কৰ ভিনি বুলি পৰিচিত বৃদ্ধ জনৰ বৰ্তমান নাই কোনো উপাৰ্জনৰ পথ।
 
দুয়ো দিন হাজিৰা কৰিবলৈ অক্ষম হোৱাৰ বাবে কেতিয়াবা লঘোণে ভোকে থাকিব লগীয়া হয়৷অৱশ্যে ওচৰ চুুবুৰীয়াই এমুুঠি অন্ন আগবঢ়াই পৰিয়ালটোক সহায় কৰি আহিছে৷
খবৰ যুগুতালে গোপাল কৃষ্ণ বাঢ়ৈয়ে..
 

Leave A Reply

Your email address will not be published.