দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মিৰ্জা বৰকুছিৰ হোটেল ৰৱেল পেলেচস্থিত অসমীয়া থলুৱা খাদ্য সম্ভাৰৰে জুতি লব পৰা “খৰিকা ধাবা”ৰ আজি আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই । উদ্বোধন কৰি বিধায়ক ঠাকুৰীয়াই অসমীয়া থলুৱা খাদ্যৰ সম্ভাৰৰ খৰিকা ধাবাত অতি কম মুল্যত খাদ্যৰ সোৱাদ লোৱাৰ লগতে ছয়ানী বৰদুৱাৰ জিলা পৰিষদৰ সদস্যা সমীৰাণী ভট্টাচাৰ্যৰ পুত্ৰ তথা স্বত্বাধিকাৰী জ্যোতিৰ্ময় চাণ্ডিল্যৰ উজ্বল ভৱিষ্যত কামনা কৰে । অনুষ্ঠানত পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিৱেন্দ্ৰ ব্ৰহ্ম, দক্ষিণ কামৰূপ জিলা বিজেপিৰ উপ-সভাপতি জয়ন্ত গোস্বামী, মালিয়াটা গাঁও পঞ্চায়তৰ সভাপতি বিকাশ বড়ো, পৰাণ শৰ্মাৰ লগতে বহুকেইজন লোক উপস্থিত থাকে।
Trending
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন